/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
গোৱালপাৰাত ডকাইত-আৰক্ষীৰ সংঘৰ্ষঃ দুই ডকাইত নিহত, OC আহত...
ৰাজ্যত পুনৰ সংঘটিত হৈছে গুলীয়াগুলীৰ ঘটনা।
এইবাৰ গোৱালপাৰাৰ আগিয়াৰ নিচিন্তাত গুলীয়াগুলীৰ ঘটনা।
আৰক্ষী আৰু ডকাইতৰ দলৰ মাজত সংঘৰ্ষ।
সংঘৰ্ষত নিহত দুই ডকাইত।
নিহত এজনৰ নাম অমৰ থাপা বুলি চিনাক্ত।
আহত আগিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ কুমাৰ দাস।
অতিৰিক্ত আৰক্ষী অধীক্ষক ঋতুৰাজ দলেৰ নেতৃত্বত চলিছিল অভিযান।
ডকাইতৰ দলে ব্যৱহাৰ কৰা এখন বাহনো জব্দ কৰে আৰক্ষীয়ে।
Also Read: কোকৰাঝাৰ লোকসভা সমষ্টি BJP আৰু মিত্ৰ দলৰ দখলত থকাটো নিশ্চিত : জয়ন্ত মল্ল বৰুৱা...