/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/4bfc8c19-0aa1-47dd-9ee1-428ad111cd5a/90.jpg)
ডিজিটেল সংবাদ,নুমলীগড় : ভদীয়া বানৰ কবলত ৰাজ্যৰ ভিন্ন প্ৰান্ত।ধাৰণ কৰিছে কালৰূপ । ভদীয়া বানৰ কবলত পৰিছে গোলাঘাট জিলাৰ উত্তৰ মহুৰাৰ বিস্তীৰ্ণ অঞ্চল।
বানৰ কবলত গোলাঘাট পশ্চিম শিক্ষাখণ্ড বোকাখাত সমষ্টিৰ উত্তৰ মহুৰা অঞ্চলৰ ১০খনৰো অধিক বিদ্যালয় । বৰ্তমান বাঢ়নী পানীৰ কবলত "কাঠনিবাৰী প্ৰাথমিক বিদ্যালয় ,সম্ভুৰাম মধ্য ইংৰাজী বিদ্যালয়, বংকোৱাল চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়, মাজদলবা প্ৰাথমিক বিদ্যালয় ,১ নং ৰিৰি প্ৰাথমিক বিদ্যালয়কে আদি কৰি ১০খনৰো অধিক বিদ্যালয় এতিয়া বাঢ়নিৰ পানীৰ কবলত পৰিছে ।
Also Read: মালিগাঁও উৰণসেতু উদ্বোধনী অনুষ্ঠানৰ বাবে নতুন পথ নিৰ্দেশনা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us