কাজিৰঙাত পুনৰ হাতীৰ উপদ্ৰপ

কাজিৰঙাত পুনৰ হাতীৰ উপদ্ৰপ

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত পুনৰ হাতীৰ উপদ্ৰপ

ডিজিটেল সংবাদ,কাজিৰঙা : অসমৰ বিভিন্ন প্ৰান্তত হাতীৰ উপদ্ৰপ চলি থকাৰ মাজতে কাজিৰঙাতো হাতীয়ে বিস্তৰ ক্ষতি সাধন কৰে। বৃহস্পতিবাৰে নিশা কাজিৰঙাত পুনৰ বন্যহস্তীয়ে উপদ্ৰৱ চলায়।

Advertisment

বন্দুকৰ গুলিৰ শব্দই কঁপাইছে কাজিৰঙাৰ দাঁতি কাষৰীয়া অঞ্চল। হাতীৰ উপদ্ৰপ সহ্য কৰিব নোৱাৰি বন বিভাগ আৰু কঁহৰা আৰক্ষীয়ে নিশা হাতী খেদা অভিযানত নামি পৰে।

আনহাতে হাতীৰ উপদ্ৰপে নিশা টোপনি হৰিছে স্থানীয় লোকৰ। ক্ষতি হৈছে বৃহৎ কৃষিভূমি। ধান আৰু আন আন পাচলি আদি খাই-গচকি তহিলং কৰিছে।

Also Read: গড়চুক আৰক্ষীৰ সহযোগত STFৰ অভিযানত কোটি টকাৰ ড্রাগছ জব্দ

kaziranga