/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
গড়চুক আৰক্ষীৰ সহযোগত STFৰ অভিযানত ৭.২৫ কোটি টকাৰ ড্রাগছ জব্দ
অভিযানত জব্দ ২৯ হাজাৰ নিচাজাতীয় টেবলেট
টেবলেটসহ মহানগৰীৰ কটাহবাৰীৰ পৰা আটক দুই সৰবৰাহকাৰীক
দুই সৰবৰাহকাৰী ভাড়াতীয়া হিচাপে আছিল কটাহবাৰীত
ধৃতদ্বয় কটাহবাৰীৰ মুজ্জাক্কিৰ হুছেইন, বৰপেটা ভেল্লাৰ ছাইফুল ইছলাম।
Also Read: কুমলীয়া পঞ্চায়তত মৰাপাটৰ সামগ্ৰী বনোৱা প্ৰশিক্ষণৰ শুভ উদ্বোধন