/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
কাজিৰঙাৰ ৰাজপথত বুধবাৰে মাজনিশা সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ' খাৱৈত বাগৰি পৰে ক্ৰিটি নামৰ এখন নৈশ বাছ৷
কাজিৰঙাৰ কহঁৰা পেট্ৰল পাম্পৰ সমীপত দুৰ্ঘটনাত পতিত হোৱা বাছখনৰ নম্বৰ এএছ১২ই৯৩৮১।
দুৰ্ঘটনাটোত কোনো লোক নিহত হোৱা নাই যদিও আহত হয় বহুলোক৷
নিশা প্ৰায় ১২ বজাত সংঘটিত এই পথ দুৰ্ঘটনা৷
তেজপুৰৰ পৰা তিনিচুকীয়া লৈ যাত্ৰা কৰিছিল নৈশ বাছখনে।
Also Read: বদৰপুৰত ১০কোটিৰ নিচাযুক্ত সামগ্ৰী সহ এজনক গ্ৰেপ্তাৰ...
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us