/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/dangor-khobr-2.jpg)
বোকাখাতৰ গাড়ী টেংকী নিৰ্মাণ প্ৰতিষ্ঠানত বিস্ফোৰণঃ এজন থিতাতে নিহত...
বোকাখাতৰ গাড়ী টেংকী নিৰ্ণাম প্ৰতিষ্ঠানত অঘটন।
Explotech Indiaনামৰ গাড়ীৰ টেংকী নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোত এই অঘটন।
টেংকী নিৰ্মাণৰ কাম কৰি থকাৰ অৱস্থাতেই প্রতিষ্ঠানটোত ভয়ংকৰ বিস্ফোৰণ।
বিস্ফোৰণত থিতাতে নিহত এজন কৰ্মচাৰী।
নিহত কৰ্মচাৰীগৰাকী ললিত গন্ধীয়া বুলি জানিব পৰা গৈছে।
ললিত গন্ধিয়াৰ ঘৰ বোকাখাতৰ লখৌজানত।
কি কাৰণত, কেনেকৈ এই বিস্ফোৰণ সেই সন্দৰ্ভত এতিয়াও জানিব পৰা নাই সবিশেষ।
Also Read: বজালী কাৰাটে সন্থাৰ নতুন কমিটী গঠন...