বজালী কাৰাটে সন্থাৰ নতুন কমিটী গঠন...

বজালী কাৰাটে সন্থাৰ নতুন কমিটী গঠন...

author-image
Asomiya Pratidin
New Update
বজালী কাৰাটে সন্থাৰ নতুন কমিটী গঠন...

বজালী কাৰাটে সন্থাৰ নতুন কমিটী গঠন...

ডিজিটেল সংবাদ পাটাছাৰকুছি: বজালী কাৰাটে সন্থাৰ ২০২৪-২৭ বৰ্ষৰ বাবে নতুন কমিটীখন গঠন কৰা হয়। আজি বজালীত অনুষ্ঠিত বজালী কাৰাটে সন্থাৰ বাৰ্ষিক সাধাৰণ সভাত পৰ্যবেক্ষক কৃষ্ণকান্ত দাসৰ উপস্থিতিত ফণীধৰ তালুকদাৰক সভাপতি, অৰ্ণৱ জান শৰ্মাক সাধাৰণ সম্পাদক আৰু হিমাংশু তালুকদাৰক কোষাধ্যক্ষ হিচাপে লৈ এই নতুন কমিটীখন গঠন কৰা হয়।

Advertisment

তদুপৰি নৱকান্ত কলিতা আৰু সম্পূৰ্ণ চৌধুৰীক উপ সভাপতি, জিতু পাঠক, অনুপম কলিতা আৰু অবিনাশ কলিতাক সহকাৰী সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয়। তদুপৰি সন্থাক সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে কেইবাখনো উপ- কমিটীও গঠন কৰা হয়।

Also Read: জোঙাল বলহু ক্ষেত্ৰ পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ...

কাৰাটে