/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/6503f49b-b2cf-4cf0-ae93-349a2f339a2d/317.jpg)
বোকাখাতৰ বৰজুৰি চাহ বাগিছাৰ মাজত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ
উৱলী যোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো
মৃতদেহটোলৈ লক্ষ্য কৰি কেইবাদিনৰ আগতেই মৃত্যু হোৱাৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ
বন্যহস্তীৰ আক্ৰমণত মৃত্যু হোৱাৰ সন্দেহ স্থানীয় একাংশ লোকৰ
মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা বোকাখাত আৰক্ষীৰ।
Also Read: খুমটাইত মৌ-পালনৰ বিশেষ সজাগতামূলক সভা : বিদেশী পৰ্যটকৰো অংশগ্ৰহণ