/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
গোৱালপাৰাৰ কৃষ্ণাইত পথ দুৰ্ঘটনাত ২ জন নিহত... road accident
গোৱালপাৰাত নিশা পথ দুৰ্ঘটনা।
জিলাখনৰ কৃষ্ণাই বৰমোহৰাত সংঘটিত হৈছে এই দুৰ্ঘটনা।
দুৰ্ঘটনাত নিহত হৈছে দুজনকৈ লোক।
নিহত লোক দুজন মুনিখা বেপাৰী আৰু নিমাই দাস বুলি চিনাক্ত।
মুনিখা বেপাৰীৰ ঘৰ জাগ্ৰাতপাৰাত আৰু নিমাই দাসৰ ঘৰ মাকৰিবুৰীত।
দুখন মটৰচাইকেলৰ মাজত হোৱা সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা।
ঘটনা সংঘটিত কৰি পলায়ন কৰিলে এখন মটৰচাইকেল।
Also Read: খটখটিৰ আৰক্ষীৰ নাকা তালাচীত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰৰ সক্ৰীয় গুলী উদ্ধাৰ...