Advertisment

মেঘালয়ত দুৰ্বৃত্তই জীৱন্তে জ্বলালে ৩যুৱকক

মেঘালয়ত দুৰ্বৃত্তই জীৱন্তে জ্বলালে ৩যুৱকক

author-image
Asomiya Pratidin
New Update
মেঘালয়ত দুৰ্বৃত্তই জীৱন্তে জ্বলালে ৩যুৱকক

ডিজিটেল ডেস্কঃ মেঘালয়ত সংঘটিত হৈছে গাৰ নোম শিয়ৰি উঠা এক ভয়ংকৰ ঘটনা। বাহনসহ গোৱালপাৰাৰ ৩যুৱকক জ্বলাই হত্যা কৰে দুৰ্বৃত্তই। মেঘালয়ৰ পূৱ গাৰো পাহাৰ জিলাৰ ওৱাগাচিত এই ঘটনা সংঘটিত হৈছে।

Advertisment

উল্লেখযোগ্য যে মঙলবাৰে এখন ছুইফট বাহনেৰে যুৱক ৩জন মেঘালয়লৈ ফুৰিবলৈ গৈছিল। বুধবাৰে ওৱাগাচিৰ ঘন জংঘলত যুৱক ৩জনৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হৈছে। মৃত যুৱক কেইজনৰ দুজন যুৱকক গোৱালপাৰাৰ দলগোমাৰ জমৰ আলী আৰু নুৰ মহম্মদ বুলি চিনাক্ত কৰা হৈছে। আনজন যুৱকৰ পৰিচয় এই পৰ্যন্ত চিনাক্ত হোৱা নাই।

Also Read: বিকশিত দেশৰ লক্ষ্যৰে সকলোৱে মোডীৰ হাত শক্তিশালী কৰকঃ দিলীপ শইকীয়া

goalpara meghalaya murder case