/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/08/dangor-khobr-5.jpg)
বিধ্বংসী অগ্নিকাণ্ডত দুটাকৈ বাসগৃহ ভস্মিভূতঃ অগ্নিদগ্ধ হৈ মৃত্যু শিশুৰ...
ডিজিটেল ডেস্কঃ গোৱালপাৰাত সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত জাহ গৈছে দুটাকৈ বাসগৃহ।
গোৱালপৰাৰ লেওৱাৰী ঘোৰাপথাৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড। শ্বাহজাহান আলী নামৰ এজন লোকৰ দুটাকৈ বাসগৃহ এই অগ্নিকাণ্ডত দাহ গৈছে।
প্ৰাৰম্ভিক তথ্য অনুসৰি এই অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ এটি শিশুৰ মৃত্যু হৈছে। অগ্নিকাণ্ডত মৃত্যু হোৱা শিশুটিৰ নাম আব্দুল খালেক।
Also Read: হেমকোষ ব্ৰেইলৰ বিশ্ব অভিলেখঃ জয়ন্ত বৰুৱাক বিভিন্ন দল সংগঠনৰ সম্বৰ্ধনা অব্যাহত...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us