/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/fdf3a371-bfa5-4c0c-8bbb-81a299a3f612/lakhipur_13.jpg)
বিগত ৮ দিনে সন্ধানহীন লক্ষীপুৰৰ যুৱক...
-
প্ৰায় ৮ দিন ধৰি নিৰুদ্দিষ্ট গোৱালপাৰাৰ যুৱক।
-
নিৰুদ্দিষ্ট যুৱকজন গোৱালপাৰাৰ লক্ষীপুৰৰ।
-
নিৰুদ্দিষ্ট যুৱকজনৰ নাম ৰাহুল ৰাভা।
-
বিগত ৬ জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে ৰাহুল।
-
ৰাহুলৰ পৰিয়ালত আছে কেৱল মাত্র এগৰাকী ভনীয়েক।
-
ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল।
-
কোনো লোকে ৰাহুলৰ সন্ধান পালে 88226-63712 নম্বৰত জনাবলৈ আহ্বান।
Also Read: কাজিৰঙাৰ হালধীবাৰিত সমূহীয়া মৎস্য চিকাৰেৰে আৰক্ষীৰ সন্মুখতে ১৪৪ ধাৰা ভংগ