New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/e3417543-f38c-431e-964a-489d687bb05b/1.jpg)
গোৱালপাৰাৰ ভালুকডুবিত শোকাৱহ ঘটনা।
হাতীৰ আক্রমণত নিহত এগৰাকী মহিলা।
নিহত মহিলাগৰাকীৰ নাম মেহুবুবা আলম আহমেদ।
মহিলাগৰাকীৰ ঘৰ গোৱালপাৰা চহৰৰ কল্পনা নগৰত।
প্রাতঃভ্রমণ কৰিবলৈ যাওঁতে আক্রমণ কৰে বন্যহস্তীয়ে।
Also Read: 'এক্সন মুড'ত ধুবুৰী আৰক্ষী : চোৰাং গৰুসহ আটক সৰবৰাহকাৰী