New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/71d7bc69-6124-4fca-bcec-a72f0ebb7ec8/eleph.jpg)
প্ৰতীকি ফটো
গোৱালপাৰাত বনৰীয়া হাতীৰ সন্ত্রাস।
বন্যহস্তীৰ আক্রমণত নিহত এজন ব্যক্তি।
বলবলাৰ ফফংগা দ্বিতীয় খণ্ড গাৰোপাৰাত এই ঘটনা।
নিহত লোকজনৰ নাম সমজিৎ মাৰাক।
৫ দিন ধৰি গাঁওখনত চলি আছে হাতীৰ উপদ্রৱ।
বন বিভাগৰ লোকক জবাবদিহি ক্ষুব্ধ ৰাইজৰ।
Also Read: ডিমা হাচাওত নিৰ্বাচন কেন্দ্ৰিক হিংসাঃ দুই ফৈদৰ মাজত মাৰপিট...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us