ডিমা হাচাওত নিৰ্বাচন কেন্দ্ৰিক হিংসাঃ দুই ফৈদৰ মাজত মাৰপিট...

dangor khabar
dangor khabar
  • ডিমা হাচাওত নিৰ্বাচনকেন্দ্রিক হিংসা।

  • বিজেপি আৰু নিৰ্দলীয় প্রাৰ্থীৰ সমৰ্থকৰ মাজত প্রচণ্ড মাৰপিট।

  • কালাচান্দ সমষ্টিৰ বিজেপি প্রাৰ্থীৰ ভাতৃৰ বিৰুদ্ধে দাবী-ধমকি দিয়াৰ অভিযোগ।

  • বিজেপি প্রাৰ্থী ৰতন জুৰামবাছাৰ ভাতৃ উত্তম জুৰামবাছাৰ বিৰুদ্ধে এই অভিযোগ।

  • উত্তেজিত ৰাইজে ক্ষতিসাধন কৰে স্ক’ৰপিঅ’ বাহনৰ।

  • আনহাতে দলং সমষ্টিৰ বিজেপি-নিৰ্দলীয় সমৰ্থকৰ মাজত মাৰপিট।

  • মাৰপিটৰ ঘটনাত কেইবাজনো লোক আহত।

dangor khabar
মহানগৰীৰ ফটাশিল আমবাৰী আৰক্ষীৰ জুৱাৰীৰ বিৰুদ্ধে অভিযান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in