বজ্রপাতত নিহত পাঁচটাকৈ পশুধনৰ...

বিগত দিনটেইটাক ৰাজ্যত ধুমুহা, শিলাবৃষ্টি, বজ্ৰপাত আদিয়ে ভয়ংকৰ কালৰূপ ধৰিছে ৷ কি উজনি কি নামনি সকলোতে প্ৰকৃতিয়ে নিজৰ ৰুষ্ট ৰূপ ধাৰণ কৰিছে
বজ্রপাতত নিহত পাঁচটাকৈ পশুধনৰ...

ডিজিটেল ডেস্কঃ বিগত দিনটেইটাক ৰাজ্যত ধুমুহা, শিলাবৃষ্টি, বজ্ৰপাত আদিয়ে ভয়ংকৰ কালৰূপ ধৰিছে ৷ কি উজনি কি নামনি সকলোতে প্ৰকৃতিয়ে নিজৰ ৰুষ্ট ৰূপ ধাৰণ কৰিছে ৷ যাৰ ফলত বহু অঞ্চলত বিস্তৰ ক্ষতিসাধন হৈছে ৷

শেহতীয়াকৈ গোৱালপাৰাৰ লক্ষীপুৰৰ বান্দৰমাথাত সংঘটিত হৈছে অঘটন । ব্ৰজপাতত নিহত হৈছে পাঁচটাকৈ পশু ধনৰ ৷ গোহালিত বান্ধি থোৱা অৱস্থাতে মৃত্যু হৈছে গৰুকেইটাৰ ৷

ঘটনা দেখি গৃহস্থই মূৰে কপালে হাত দিছে ৷ নিহত পশুধনকেইটা বাহাৰুল ইছলাম নামৰ লোকজনৰ বুলি জানিব পৰা গৈছে ৷

বজ্রপাতত নিহত পাঁচটাকৈ পশুধনৰ...
মহানগৰীত উদ্ধাৰ এটি অচিনাক্ত মৃতদেহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in