গোৱালপাৰা আৰক্ষীৰ জালত জুবিনঃ ড্ৰাগছ সৰবৰাহৰে আছিল জড়িত...

দীৰ্ঘদিন ধৰি গোৱালপাৰা চিভিল হাস্পতালৰ কাষত চলাই আছিল সৰবৰাহ

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

গোৱালপাৰা আৰক্ষীৰ জালত জুবিনঃ ড্ৰাগছ সৰবৰাহৰে আছিল জড়িত...

ডিজিটেল ডেস্কঃ অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। বৃহস্পতিবাৰে গোৱালপাৰাত আৰক্ষীৰ জালত পৰিল এটা ড্ৰাগছ সৰবৰাহকাৰী।

Advertisment

আৰক্ষীয়ে গোৱালপাৰা অসামৰিক চিকিৎ‍সালয়ৰ সন্মুখৰ পৰা আটক কৰা এই ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম জুবিন চৌধুৰী। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ বেহা চলাই আছিল জুবিনে।

শুকুৰবাৰে আৰক্ষীয়ে অভিযান চলাই ৭.৫১ গ্ৰাম ড্ৰাগছৰ সৈতে জুবিনক আটক কৰে আৰক্ষীয়ে।

Also Read: CBSE য়ে বাতিল কৰিলে ২০ খন শিক্ষানুষ্ঠানৰ স্বীকৃতিঃ তালিকাত আছে অসমৰো বিদ্যালয়

ড্ৰাগছ সৰবৰাহকাৰী