New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/286deb3c-d9c1-4050-835e-24c07d451ee2/4.jpg)
গোৱালপাৰা জিলাৰ কৃষ্ণাইত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।
কৃষ্ণাই সাপ্তাহিক বজাৰ পথৰ কাষত থকা খাৱৈত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ।
এই পৰ্যন্ত মৃতদেহটো চিনাক্ত হোৱা নাই।
যুৱকজন ড্ৰাগছ আসক্ত বুলি সন্দেহ কৰা হৈছে।
খাৱৈৰ পানীত উপঙি থকা থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো।
Also Read: প্ৰসংগ- বটদ্ৰৱা থানা কাণ্ড : লীনা দলেসহ ১৭ জনক তলব