জলজলি নৈত শিশুৰ সলিল সমাধি

জলজলি নৈত শিশুৰ সলিল সমাধি

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা থানৰ শলগুৰি সত্ৰত ৬ এপ্ৰিলত পালনামৰ সামৰণী...

ব্ৰহ্মপুত্ৰ পাৰ হ'বলৈ গৈ সলিল সমাধি এজনৰ...

  • গোৱালপাৰাৰ সুন্দৰপুৰ গাঁৱত অঘটন।

  • জলজলি নৈত সলিল সমাধি এটি শিশুৰ।

  • পিতৃয়ে ই-ৰিক্সা ধুবলৈ যাওতে লগত লৈ গৈছিল শিশুটিক।

  • নৈৰ সমীপত খেলি থকা অৱস্থাত পানীত পৰি যায় শিশুটি।

  • শিশুটি সোনাহান আলীৰ পুত্র আনেছ আলী।

  • শিশুটিৰ সন্ধানত SDRFৰ অভিযান।

Advertisment

Also Read: অভিলেখ : অষ্টমবাৰৰ বাবে বেলন ডি অৰ বঁটা লাভ ফুটবল তাৰকা লিয়নেল মেছিৰ

child drown