New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident
গোৱালপাৰাৰ বগুৱানত নিশা পথ দুৰ্ঘটনা
নিয়ন্ত্রণ হেৰুৱাই বৈদ্যুতিক খুঁটাত খুন্দা বাইক আৰোহীৰ
দুৰ্ঘটনাত থিতাতে নিহত দুজন
নিহত দুজন ছাটামাৰী গাঁৱৰ ছৰিফুল ইছলাম, আকতাৰ হুছেইন
গুৰুতৰভাৱে আহত আশ্রাফুল হক নামৰ আন এজন।
Also Read: উত্তৰাখণ্ডৰ সুৰংগত অব্যাহত উদ্ধাৰ অভিযান : পাইপেৰে যোগান ধৰা হৈছে অক্সিজেন