গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ চিকিৎসক ডা: আইভি শৰ্মাৰ আত্মহত্যা

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ চিকিৎসক ডা: আইভি শৰ্মাৰ আত্মহত্যা
  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ চিকিৎসক ডা: আইভি শৰ্মাৰ আত্মহত্যা

  • দেওবাৰে নিচেই পুৱাতে হাতীগাঁও থানাৰ অন্তৰ্গত বশিষ্ঠপুৰ ৩ নং উপপথৰ ২১ নং নিজ বাসগৃহত আত্মহত্যা

  • দিল্লীত অধ্যয়নৰত নিজ কন্যাৰ কোঠাত চিপজৰী লৈ আত্মহত্যা

  • স্বামী ডা: দেৱজিৎ চৌধুৰী সেই সময়ত ঘৰতে আছিল

  • অৱশ্যে স্বামী আছিল আন এটা কোঠাত

  • মৰণোত্তৰ পৰীক্ষাৰ বাবে আইভি শৰ্মাৰ মৃতদেহ জিএমচিএইচ লৈ প্ৰেৰণ

  • ডা: শৰ্মাৰ আত্মহত্যাৰ কাৰণ এতিয়াও পোহৰলৈ অহা নাই

  • আৰক্ষীৰ সূত্ৰ মতে বহুদিন মানসিক সমস্যাত ভুগি আছিল চিকিৎসগৰাকী

  • আইভি শৰ্মাৰ স্বামী ডা: দেৱজিৎ চৌধুৰী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰে সংলগ্ন কেন্সাৰ হাস্পতালৰ অধীক্ষক ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in