গৌৰৱময় ২০০ বছৰঃ 'অসম চাহ'ৰ নতুন ল'গো মুকলি

ৰাজ্যৰ অৰ্থনীতিৰ বাবে অসম চাহে এই ২০০ বছৰে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে
গৌৰৱময় ২০০ বছৰঃ 'অসম চাহ'ৰ নতুন ল'গো মুকলি

ডিজিটেল ডেস্কঃ আজি ২১ মে' বিশ্ব চাহ দিৱস। আজিৰ এই গৌৰৱময় দিনটোত ২০০ বছৰ পূৰ্ণ কৰিলে অসম চাহে। এই গৌৰৱোজ্জ্বল ক্ষণত মুকলি কৰা হয় অসম চাহৰ নতুন ল'গো।

দেওবাৰে অসম চৰকাৰৰ চাহ ব'ৰ্ড ইণ্ডিয়া আৰু উদ্যোগ-বাণিজ্য বিভাগে অসম চাহৰ নতুন ল'গো মুকলি কৰে। এই ল'গোটি মুকলি কৰা হয় মহানগৰী গুৱাহাটীত।

আনহাতে ল'গো মুকলি কৰাৰ পাছতে চাহ উৎপাদক আৰু চাহ ব্যৱসায়ীক নতুন ল'গো ব্যৱহাৰ কৰাৰ বাবে অনুমতি দিয়াৰ লগতে কৰ্তৃত্ব দিয়া। উল্লেখ্য যে অসমৰ পৰা প্ৰায় ৯০ শতাংশ চাহ বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হয়। ৰাজ্যৰ অৰ্থনীতিৰ বাবে অসম চাহে এই ২০০ বছৰে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।

গৌৰৱময় ২০০ বছৰঃ 'অসম চাহ'ৰ নতুন ল'গো মুকলি
মণিপুৰৰ হিংসাত্মক ঘটনাঃ স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰৰ বাবে আহ্বান মুখ্যমন্ত্ৰীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in