New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
আইআইটি গুৱাহাটীত ছাত্রৰ আত্মহনন।
শিক্ষাৰ্থীজন দিহিং হোষ্টেলৰ আবাসী।
বুধবাৰে সংঘটিত এই ঘটনা।
নিজৰ কোঠাতে আত্মহনন সৌৰভ নামৰ ছাত্রজনৰ।
শিক্ষাৰ্থীজনৰ ঘৰ বিহাৰৰ সমষ্টিপুৰত।
মৃত সৌৰভ কম্পিউটাৰ চাইন্সৰ ছাত্র আছিল।
Also Read: চৰকাৰী আঁচনিৰে বিহু পাতিব অসমীয়াই...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us