পত্নীসহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটোঃ কিয় শ্বেয়াৰ কৰিলে গৌৰৱ গগৈয়ে...

পত্নীসহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটোঃ কিয় শ্বেয়াৰ কৰিলে গৌৰৱ গগৈয়ে...

author-image
Asomiya Pratidin
New Update
পত্নীসহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটোঃ কিয় শ্বেয়াৰ কৰিলে গৌৰৱ গগৈয়ে...

ডিজিটেল ডেস্কঃ হঠাৎ সাংসদ গৌৰৱ গগৈয়ে নিজৰ ফেচবুক পেজত শ্বেয়াৰ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিনিকী ভূঞা শৰ্মাৰ এখন ধুনীয়া আলোক চিত্ৰ। অৱশ্যে এই আলোকচিত্ৰখনৰ দুয়োৰে মাজত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

Advertisment

মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ ফটো শ্বেয়াৰ কৰি গৌৰৱ গগৈয়ে লিখিছে- আদৰণীয় প্ৰধান মন্ত্ৰী মোডী ডাঙৰীয়া, আপোনাৰ চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ দ্বাৰা পৰিচালিত ব্যক্তিগত কোম্পানী এটাক ১০ কোটি টকাৰ ৰাজসাহায্য দিছে। এইয়া ৰেবড়ী নে ৰাবৰি ? এই কাৰণেই নেকি মানুহে কৰ দি আছে ?

Also Read: ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী ট্ৰাকে খুন্দিয়ালে বাছক, মৃত্যু ১১ জনৰ আহত বহুতো

gaurav gogoi