/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2018/09/guwahati-high-court.jpg)
ডিজিটেল ডেস্ক: ধলপুৰৰ গৰুখুঁটিৰ উচ্ছেদিত লোকৰ সন্দৰ্ভত আজি শুনানি হয় গুৱাহাটী উচ্চ ন্যায়ালয়ত। ধলপুৰৰ উচ্ছেদিত পৰিয়ালক সংস্থাপনৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।
ধলপুৰৰ গৰুখুঁটিত উচ্ছেদ কৰা হৈছিল ৭০০ পৰিয়ালক। উচ্ছেদিত ৬০০ পৰিয়ালক ইতিমধ্যে সংস্থাপন কৰিছে চৰকাৰে।
ধলপুৰৰ উচ্ছেদিতৰ সংস্থাপন বিচাৰি PIL দাখিল কৰিছিল বিধায়ক দেৱব্রত শইকীয়াই।সংস্থাপন বিচাৰি দৰঙৰ উপায়ুক্তক আবেদন কৰিব পাৰিব ১০০ পৰিয়ালে। ছমাহৰ ভিতৰত ব্যৱস্থা ল’বলৈ দৰঙৰ উপায়ুক্তক নিৰ্দেশ ন্যায়ালয়ৰ ।
আৰু পঢ়ক: গহপুৰত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us