/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/bd228530-fc25-447c-85f8-a3ec530aa8d9/gtgfgf.jpg)
-
অসম-অৰুনাচল সীমান্তৰ ভালুকপুঙত চাৰিদুৱাৰ আৰক্ষীৰ দ্বাৰা বৃহৎ পৰিমানৰ গাঞ্জা জব্দ৷
-
ভালুকপুঙৰ পৰা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি জব্দ কৰে গাঞ্জাখিনি ৷
-
বৃহস্পতিবাৰে জব্দ কৰে গাঞ্জাখিনি।
-
অৰুনাচল প্ৰদেশৰ পৰা সৰবৰাহ কৰিছিল গাঞ্জাখিনি ৷
-
ঘটনা সন্দৰ্ভত আব্দুল হাকিম নামৰ এজনক আটক কৰিছে আৰক্ষীয়ে ৷
-
জব্দকৃত গাঞ্জাখিনিৰ মুল্য প্ৰায় আশীহাজাৰ টকা হ'ব বুলি আৰক্ষী সুত্ৰত প্ৰকাশ ৷
Also Read: ৰাষ্ট্ৰীয় পৰ্যটন দিৱস