লামডিং ৰেলৱে জংচনত নিসিদ্ধ দ্ৰব্যসহ আটক যুৱতী

লামডিং ৰেলৱে জংচনত নিসিদ্ধ দ্ৰব্যসহ আটক যুৱতী
  • লামডিং ৰেলৱে জংচনত নিসিদ্ধ গাঞ্জাসহ আটক এগৰাকী যুৱতী।

  • লামডিং ৰেল আৰক্ষী আৰু আৰপিএফৰ চি আই বি(CIB) দলে চলাইছিল যৌথ অভিযান ৷

  • ১৩১৭৪ উজনীমুৱা আগৰতলা শিয়াদাহ কাঞ্চনজংঙ্গা এস্কপ্ৰেছ ৰেলখনৰ A1 ডবাৰ পৰা জব্দ কৰে ৷

  • মহিলাগৰাকীয়ে এটা ট্ৰলী বেগেৰে সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে আটক কৰে লামডিঙত ৷

  • মহিলাগৰাকীৰ পৰা প্ৰায় ২০ কেজি ৫০০ গ্ৰাম নিষিদ্ধ ভাং জব্দ কৰে ৷

  • আটকাধীন মহিলাগৰাকী ত্ৰিপুৰা হৰিবাড়ী তাৰপুৰৰ প্ৰতিমা দেৱ বৰ্মা বুলি জানিব পৰা গৈছে ৷

লামডিং ৰেলৱে জংচনত নিসিদ্ধ দ্ৰব্যসহ আটক যুৱতী
জামুগুৰিহাটত ড্ৰেগন ফলৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন যুৱকৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in