New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/740a53ab-c845-44aa-9262-57de3fc10e3d/208.jpg)
মাতৃহাৰা হ'ল ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস
বিজনীৰ ৪ নং ৱাৰ্ড নিবাসী তথা ধৰ্মপ্ৰাণা মহিলা গংগাপ্ৰিয়া দাসৰ মৃত্যু
বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় কুমাৰ দীপক দাসৰ মাতৃৰ
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ
তেওঁৰ মৃত্যুত বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰে।
Also Read: কাজিৰঙাত পুনৰ হাতীৰ উপদ্ৰপ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us