গুৱাহাটীৰ গনেশগুৰিত বিধ্বংসী অগ্নিকাণ্ড

গুৱাহাটীৰ গনেশগুৰিত বিধ্বংসী অগ্নিকাণ্ড

  • মহানগৰীৰ গনেশগুৰিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

  • গনেশগুৰিৰ হনুমান মন্দিৰৰ সমীপত সংঘটিত এই ঘটনা। ,

  • এটা শ্বপিং কমপ্লেক্সত সূত্ৰপাত হয় অগ্নিৰ।

  • উক্ত বিল্ডিঙটো আছো বহু ব্যৱসায়িক প্ৰতিষ্ঠান।

  • জুইৰ লেলিহান শিখাই আৱৰি ধৰিছে সমগ্ৰ অঞ্চল।

  • ইতিমঘ্যে ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপকবাহিনী।

  • জুই নুমোৱাৰ চেষ্টা চলাই আছে অগ্নিনিৰ্বাপক বাহিনীয়ে।

গুৱাহাটীৰ গনেশগুৰিত বিধ্বংসী অগ্নিকাণ্ড
বসুন্ধৰা আঁচনিৰ লাভ পাবলৈ হ'লে হ'ব লাগিব ভূমিহীন, দৰিদ্ৰ আৰু খিলঞ্জীয়া...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in