/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
মহানগৰীৰ গনেশগুৰিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।
গনেশগুৰিৰ হনুমান মন্দিৰৰ সমীপত সংঘটিত এই ঘটনা। ,
এটা শ্বপিং কমপ্লেক্সত সূত্ৰপাত হয় অগ্নিৰ।
উক্ত বিল্ডিঙটো আছো বহু ব্যৱসায়িক প্ৰতিষ্ঠান।
জুইৰ লেলিহান শিখাই আৱৰি ধৰিছে সমগ্ৰ অঞ্চল।
ইতিমঘ্যে ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপকবাহিনী।
জুই নুমোৱাৰ চেষ্টা চলাই আছে অগ্নিনিৰ্বাপক বাহিনীয়ে।
Also Read: বসুন্ধৰা আঁচনিৰ লাভ পাবলৈ হ'লে হ'ব লাগিব ভূমিহীন, দৰিদ্ৰ আৰু খিলঞ্জীয়া...