/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
-
সোণতলী আৰক্ষীৰ জালত প্রৱঞ্চকৰ গেং
-
আটক প্রৱঞ্চক গেঙৰ মাষ্টাৰ মাইণ্ড মোজাম্মেল হক
-
চাকৰিৰ নামত প্রলোভন দি যুৱক-যুৱতীক বহিঃৰাজ্যত বিক্রীৰ অভিযোগ
-
ধৃত প্রৱঞ্চকটোৰ ঘৰ বৰপেটাৰ আলোপতিত
-
বহিঃৰাজ্যত চাকৰি দিয়াৰ প্রলোভন দি সংগ্রহ কৰিছিল লক্ষাধিক টকা।
Also Read: গজেন তাঁতী আদৰ্শ বিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস-বিজ্ঞান মেলা