/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/58aaf988-ea94-4401-a34b-788360ce5c3c/77.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ ১৪ জানুৱাৰী ২০২৪ তাৰিখে গুৱাহাটী নিবাসী গুণেন্দ্ৰ নাথ গোস্বামীদেৱৰ আশী বছৰ বয়সত পৰলোকপ্ৰাপ্তি হয়। অইল ইণ্ডিয়া লিমিটেডৰ অৱসৰপ্ৰাপ্ত জেনেৰেল মেনেজাৰ গোস্বামী এগৰাকী অমায়িক আৰু হৃদয়বান লোক আছিল।
কৰুণাধাৰাৰ প্ৰাক্তন ন্যাসৰক্ষী গোস্বামীৰ মৃত্যুত সকলোৱেগভীৰ শোক প্ৰকাশ কৰিছে। তেখেতে পত্নী,এজন পুত্ৰ,এগৰাকী কন্যা , জোৱাঁই , দুগৰাকী নাতিনী আৰু পৰিয়ালবৰ্গক এৰি থৈ যায়।
Also Read: তামুলপুৰৰ ১নং পাহাৰপুৰত বোমা বিস্ফোৰণ
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us