প্ৰাক্তন সাংসদ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ দেহাৱসান...

প্ৰাক্তন সাংসদ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ দেহাৱসান...
  • তেজপুৰৰ প্ৰাক্তন সাংসদ, বৰ্ষীয়ান কংগ্ৰেছ নেতা, লখিমপুৰৰ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ দেহাৱসান ৷

  • ৮৭ বছৰ বয়সত শেষ নিশ্বাম ত্যাগ কৰে প্ৰাক্তন সাংসদগৰাকীয়ে ৷

  • বিগত কিছুদিন ধৰি কংগ্ৰেছ নেতা গৰাকীয়ে বৃক্ক আৰু হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত হৈ আছিল ৷

  • দিল্লীৰ ওখলাৰ ফৰ্টিজ হাস্পতালত চিকিৎসাধীন অৱস্থাত সোমবাৰে পুৱা ৯-৩০ বজাত মৃত্যু হয় ।

  • মৃত্যুৰ সময়ত দুই পুত্ৰ আৰু কন্যাক ইহসংহাৰত এৰি থৈ যায় ৷

প্ৰাক্তন সাংসদ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ দেহাৱসান...
চৰকাৰী কাৰ্যসূচীৰে ইৰাণলৈ ৰাওনা সৰ্বানন্দ সোণোৱাল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in