প্ৰাক্তন মন্ত্ৰী ছুম' ৰঙহাং আৰু নাই

প্ৰাক্তন মন্ত্ৰী ছুম' ৰঙহাং আৰু নাই

  • প্ৰাক্তন মন্ত্ৰী ছুম' ৰঙহাং আৰু নাই।

  • শুকুৰবাৰে বিয়লি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

  • হেলথ চিটি হাস্পতালত মৃত্যু প্ৰাক্তন মন্ত্ৰীগৰাকীৰ।

  • উল্লেখ্য যে ২০১৬চনত ডিফুৰ বিধায়ক হৈছিল ৰঙহাং।

  • কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ চি ই এম আছিল তেঁও ।

  • সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কেবিনেট মন্ত্ৰী আছিল ছুম' ৰঙহাং ।

  • ২০২১চনত কংগ্ৰেছত যোগদান কৰিছিল তেঁও।

প্ৰাক্তন মন্ত্ৰী ছুম' ৰঙহাং আৰু নাই
গ্ৰন্থ জালিয়তিৰ অভিযোগত পাণবজাৰৰ গ্ৰন্থ বিপণীত এন চি ই আৰ টি-আৰক্ষীৰ অভিযান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in