/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/e43a45c5-a2f4-4cff-ba1a-0c8e13b1ec1a/images.jpg)
প্ৰাক্তন মন্ত্ৰী ছুম' ৰঙহাং আৰু নাই।
শুকুৰবাৰে বিয়লি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।
হেলথ চিটি হাস্পতালত মৃত্যু প্ৰাক্তন মন্ত্ৰীগৰাকীৰ।
উল্লেখ্য যে ২০১৬চনত ডিফুৰ বিধায়ক হৈছিল ৰঙহাং।
কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ চি ই এম আছিল তেঁও ।
সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কেবিনেট মন্ত্ৰী আছিল ছুম' ৰঙহাং ।
২০২১চনত কংগ্ৰেছত যোগদান কৰিছিল তেঁও।
Also Read: গ্ৰন্থ জালিয়াতিৰ অভিযোগত পাণবজাৰৰ গ্ৰন্থ বিপণীত এন চি ই আৰ টি-আৰক্ষীৰ অভিযান
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us