/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/a7e80032-e489-4137-adde-3746622ba019/sdrf.jpg)
-
চিৰাঙৰ ভাৰত-ভূটান সীমান্ত এলেকাত বানৰ জটিল ৰূপ
-
খুংখ্ৰাঝোৰা গাঁৱত ভূটান পাহাৰৰ পৰা নামি অহা মাক্ৰা নৈৰ বাঢ়নী পানীৰ মাজত আবদ্ধ ৪টাকৈ পৰিয়ালৰ কেইবাজনো সদস্য
-
নিশাৰ ভাগতে উপস্থিত হৈছে বিজনী মহকুমা প্ৰশাসন আৰু স্থানীয় জনপ্ৰতিনিধি
-
এচ ডি আৰ এফ বাহিনীৰ এটা দলে ৰবৰৰ নাও ব্যবহাৰ কৰি উদ্ধাৰ অভিযানত নামি পৰিছে
-
স্থানীয় এম চি এল এ জেমচ বসুমতাৰী উপস্থিত থাকি উদ্ধাৰ অভিযান তদাৰক কৰি আছে
-
বাতৰি যুগুত কৰালৈকে এচ ডি আৰ এফ বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত আছে ।