তিনিচুকীয়াৰ পেঙেৰী বনাঞ্চলত গুলীয়াগুলী

তিনিচুকীয়াৰ পেঙেৰী বনাঞ্চলত গুলীয়াগুলী
  • তিনিচুকীয়াৰ পেঙেৰী বনাঞ্চলত গুলীয়াগুলী

  • সেনাৰে-উগ্রপন্থীৰ গুলীয়াগুলী

  • ডিগবৈ-পেঙেৰী সংযোগী ফাচীদলঙত এই ঘটনা

  • গাৰোৱাল ৰেজিমেণ্টৰ দলৰ সৈতে গুলীয়াগুলী উগ্রপন্থীৰ

  • প্রথমে বিস্ফোৰণ তাৰ পিছত গুলীয়াগুলী দুয়োপক্ষৰ

  • বন্ধ কৰি দিয়া হৈছে পেঙেৰী-ডিগবৈ সংযোগী পথ

  • সেনাই অভিযান চলাইছে পেঙেৰী বনাঞ্চলত

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in