New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/403db476-7fe0-4669-92f1-2d4465149a25/download.jpg)
এই মুহুৰ্তৰ খবৰ
গোসাঁইগাঁৱৰ তুলসীবিলৰ কৰ্তিমাৰীত গুলীচালনাৰ ঘটনা
CSPৰ স্বত্বাধিকাৰীৰ পৰা দুৰ্বৃত্তই লুটিলে নগদ ২ লাখ টকা
৫জনীয়া দুৰ্বৃত্তই আক্রমণ কৰে স্বত্বাধিকাৰ বিশ্বজিৎ বৰ্মনক
ধন লুট কৰি শূন্যলৈ গুলীচালনা কৰি উধাও দুৰ্বৃত্তৰ দল
ঘটনাৰ তদন্ত কৰিবলৈ দাবী পশ্চিম কোকৰাঝাৰ জিলা আক্রাছুৰ।
Also Read: ওৰাঙত ভয়ংকৰ পথ দুৰ্ঘটনা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us