New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/3f84481d-316f-449d-aa88-3cc86313dc5c/download.jpg)
নাজিৰাৰ গেলেকীৰ তল মৰাণ গাঁৱত অগ্নিকাণ্ড
বাবা চাউদাং নামৰ লোকজনৰ পশুধনকে ধৰি সম্পূৰ্ণ ঘৰ ভস্মীভূত
অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই
ঘটনাস্থলীত আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত।
Also Read: বৰ্ষাপাৰাত পাঞ্জাৱ কিংছৰ ৰানৰ বৰষুণ,জয়ৰ বাবে ৰয়েলছৰ সন্মুখত ১৯৮ ৰানৰ লক্ষ্য
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us