মৰঙিত ভয়াৱহ অগ্নিকাণ্ড

মৰঙিত ভয়াৱহ অগ্নিকাণ্ড

ডিজিটেল সংবাদ,গোলাঘাটঃ মৰঙিত ভয়াৱহ অগ্নিকাণ্ড। মৰঙি মৌজাৰ হাবিগাঁৱত জুইত জাহ যায় এটা পশু গৃহৰ লগতে লক্ষাধিক টকাৰ ব্ৰইলাৰ পোৱালি।

গোলাঘাট জিলাৰ মৰঙি হাবিগাঁৱত হোৱা ভয়াবহ অগ্নিকাণ্ডটি শ্বৰ্ট চাৰ্কিতৰ ফলত সংঘটিত হোৱা বুলি প্ৰাৰম্ভিক তথ্যত প্ৰকাশ । অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জাহ যায় অঞ্চলটিৰ মৃদুপবন গগৈৰ ব্ৰইলাৰ ফাৰ্মখন।

অগ্নিকাণ্ডৰ ফলত ব্ৰইলাৰ ফাৰ্মৰ উপৰিও লক্ষাধিক টকাৰ ব্ৰইলাৰ পোৱালি নষ্ট হয় বুলি জানিব পৰা গৈছে।

মৰঙিত ভয়াৱহ অগ্নিকাণ্ড
হাতে-হাতে বেনাৰ লৈ প্ৰাপ্যৰ দাবীত প্ৰাক্তন সেনাবাহিনীৰ প্ৰতিবাদ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in