New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/ed434e5c-8725-4c94-9cca-7883cc40d674/5.jpg)
জামুগুৰিহাটৰ কুসুমটোলাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড
দুৰ্গেশ্বৰ ভাগৱতীৰ গৃহত পুৱতি নিশা সংঘটিত হৈছে অগ্নিকাণ্ড
জাহ গৈছে নগদ ধনৰ লগতে লক্ষাধিক টকাৰ সা সম্পত্তি
শ্বৰ্ট শ্বাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে
স্থানীয় ৰাইজে নিৰ্বাপিত কৰে জুই।
Also Read: ১৪০ কোটি ভাৰতীয়ৰ সপোন কঢ়িয়াই সূৰ্যলৈ আদিত্য এল-১
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us