New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/agrani-batory-20.jpg)
বিহপুৰীয়াত ভয়ংকৰ অগ্নিকাণ্ড।
দুখনকৈ ব্যৱসায়িক প্রতিষ্ঠানত এই অগ্নিকাণ্ড।
অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত দুয়োখন দোকান।
দোকানকেইখন কনক সৰকাৰ আৰু বাবন সৰকাৰ নামৰ লোক দুজনৰ।
এগছি চাকিৰ পৰাই সংঘটিত হয় এই অগ্নিকাণ্ড।
অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপন।
Also Read: ভূমিকেন্দ্ৰিক বিবাদত মহিলাসহ নিহত ২জন