গহপুৰত অগ্নিকাণ্ডঃ জুইত জাহ ৩লাখ টকাৰ সা-সম্পত্তি...

গহপুৰত অগ্নিকাণ্ডঃ জুইত জাহ ৩লাখ টকাৰ সা-সম্পত্তি...
  • গহপুৰৰ বিলতীয়া গোপচাৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে।

  • প্রদীপ গোহাঁই নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড।

  • অগ্নিকাণ্ডৰ ফলত জুইত জাহ গ’ল ৩ লাখ টকাৰ সা-সম্পত্তি।

  • অগ্নিকাণ্ড সংঘটিত হোৱা বাসগৃহটোত আছিল মাইকছেট, ছাউণ্ড চিষ্টেমকে ধৰি বহু সামগ্রী।

  • বিয়া, সভাত ভাৰা দি পৰিয়াল পোহপাল দি আহিছিল প্রদীপ গোহাঁয়ে।

  • অগ্নিকাণ্ডটোৰ সূত্রপাতৰ কাৰণ বৰ্তমানক লৈকে জানিব পৰা নাই।

গহপুৰত অগ্নিকাণ্ডঃ জুইত জাহ ৩লাখ টকাৰ সা-সম্পত্তি...
বৰ্ষাপাৰাত ৰাজস্থান-কলকাতাৰ হাইভ'ল্টেজ মেচ উপভোগ কৰিব শ্বাহৰুখ খানে !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in