/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/421f2599-d2ca-4614-aba3-15d417a4b82b/fire.jpg)
-
পানীতোলাৰ বেতিয়নি গাঁৱত অগ্নিকাণ্ড।
-
অগ্নিকাণ্ডৰ ফলত থিতাতে নিহত হয় মাতৃসহ শিশু।
-
নিজা বাসগৃহতেই নিদ্ৰাৰত অৱস্থাত জুয়ে আগুৰি ধৰাত মৃত্যুবৰণ কৰে মাতৃ আৰু সন্তানটিয়ে।
-
জুই নিৰ্বাপণ কৰিবলৈ তিনিচুকীয়া অগ্নিনিৰ্বাপক বাহিনীৰ অহৰহ প্ৰচেষ্টা।
-
স্থানীয় আৰক্ষীৰ ভাষ্য অনুসৰি, তদন্তৰ পাছতহে জানিব পৰা যাব অগ্নিকাণ্ডৰ কাৰণ।
আৰু পঢ়ক : পুনৰ মুকলি কৰা হ'ল লালু প্ৰসাদ যাদৱৰ ফাইল...