লামডিঙত বিধ্বংসী অগ্নিকাণ্ড : জুইত জাহ গ'ল ৫ খন ব্যৱসায়ীক প্ৰতিষ্ঠান

লামডিঙত বিধ্বংসী অগ্নিকাণ্ড : জুইত জাহ গ'ল ৫ খন ব্যৱসায়ীক প্ৰতিষ্ঠান
  • লামডিঙত পুৱাই বিধ্বংসী অগ্নিকাণ্ড ৷

  • জুইত জাহ গ'ল ৫ খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান ৷

  • ধাৰাষাণ বৰষুণেও ৰক্ষা নকৰিলে ব্যৱসায়ীক প্ৰতিষ্ঠান কেইখন ৷

  • হৰুলংফাৰ লাষ্ট ক'লনিত সোমবাৰে পুৱা প্ৰায় ৪ বজাৰ পিছত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷

  • এখন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ এটি গেছৰ চিলিণ্ডাৰো জুইৰ বাবে বিস্ফোৰণ হয় ৷

  • জুইত কেইবালক্ষাধিক টকাৰ সা-সম্পত্তি জাহ যোৱাৰ সন্দেহ ৷

  • এই অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা যোৱা নাই।

  • অগ্নি নিৰ্বাপক বাহিনীৰ দুখকৈ বাহন আহি ঘটনাস্থলীত উপস্থিত হোৱালৈ ৫খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান জুইত সম্পূৰ্ণ ৰূপে জাহ যায় ৷

লামডিঙত বিধ্বংসী অগ্নিকাণ্ড : জুইত জাহ গ'ল ৫ খন ব্যৱসায়ীক প্ৰতিষ্ঠান
বহিঃৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ মৃত্যু বটদ্ৰৱাৰ যুৱক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in