/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/c4a4f78e-9a8e-4494-a398-7584f3b11557/HHH.jpg)
-
বহিঃৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ মৃত্যু বটদ্ৰৱা ৰাইডঙীয়া ৰজাগাঁৱৰ যুৱক প্ৰাঞ্জল বৰা।
-
দুই বন্ধুৰ সৈতে ৩ মে'ত গৈছিল ৰাইডঙীয়া ৰজাগাঁৱৰ পৰা ছেকেন্দ্ৰাবাদলৈ।
-
পেটৰ তাড়নাত চপন বৰা আৰু ৰাজীৱ কুমাৰ নাথৰ সৈতে কাম বিচাৰি বহিঃ ৰাজ্যলৈ গৈছিল প্ৰাঞ্জল বৰা।
-
সোমবাৰে পুৱা গোমতোলৰ চৈতণ্ডপুলিত উদ্ধাৰ প্ৰাঞ্জলৰ মৃতদেহ।
-
যুৱক জনৰ শৰীৰত আঘাট থকা মৃতদেহ উদ্ধাৰ হোৱাত ৰহস্যৰ সৃষ্টি হৈছে।
-
যুৱক জনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।