পহিলা জানুৱাৰীৰ নিশা ছিপাঝাৰত পথ দুৰ্ঘটনাঃ থিতাতে নিহত বাইক আৰোহী...

পহিলা জানুৱাৰীৰ নিশা ছিপাঝাৰত পথ দুৰ্ঘটনাঃ থিতাতে নিহত বাইক আৰোহী...
পহিলা জানুৱাৰীৰ নিশা ছিপাঝাৰত পথ দুৰ্ঘটনাঃ থিতাতে নিহত বাইক আৰোহী...
  • নৱবৰ্ষৰ প্ৰথম দিনটোতে ছিপাঝাৰত শোকাবহ পথ দুৰ্ঘটনা।

  • পথ দুৰ্ঘটনাত নিহত এজন যুৱক।

  • নিহত যুৱকজন লেখাৰুপাৰাৰ বিদ্যুৎ ডেকা।

  • এই দুৰ্ঘটনাত আহত হৈছে আন এজন যুৱক।

  • ঘৰৰ পৰা বাইকেৰে ওলাই যোৱাৰ পাছতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা।

  • বিদ্যুৎ ডেকাৰ বাইকখনৰ নম্বৰ এ এছ ১৩ বি ৯৭৪১।

  • ৰাষ্ট্ৰীয় ঘাইপথত আন এখন বাহনে খুন্দিয়াই বিদ্যুৎ ডেকাই চলাই যোৱা এফ জেড বাইকখনক।

  • দুৰ্ঘটনা সংঘটিত কৰিয়েই আনখন বাহন সেই স্থানৰ পৰা পলায়ন কৰাৰ সন্দেহ।

পহিলা জানুৱাৰীৰ নিশা ছিপাঝাৰত পথ দুৰ্ঘটনাঃ থিতাতে নিহত বাইক আৰোহী...
আজি পুনৰ দুই ৰাজপত্ৰিত বিষয়া হাজিৰ হ'ব এছ আই টিৰ সন্মুখতঃ হঠাৎ স্তিমিত হৈছে তদন্ত প্ৰক্ৰিয়া !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in