/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
জোনাই সদৰৰ মাজমজিয়াত ভয়ংকৰ অগ্নিকাণ্ড।
অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত ৭খনকৈ ব্যৱসায়িক প্রতিষ্ঠান।
বুধবাৰে পুৱতি নিশা সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।
দুখন গেলামাল, এখন মোবাইলৰ দোকানকে ধৰি ৭খন দোকান জুইত জাহ যায়।
অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত জুই নিৰ্বাপন কৰা হয়।
অগ্নিকাণ্ডৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই।
Also Read: মেৰাপানীত ৰেডিঅ'গ্ৰাফাৰ নোহোৱাকৈয়ে চলি আছে ডায়গনষ্টিক চেন্টাৰ
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us