/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/a0e51880-c463-4ee2-959d-08865d678f04/111.jpg)
খুমটাইৰ ২নং খকন্দগুৰিত ভয়ংকৰ অগ্নিকাণ্ড।
এখন ব্রইলাৰ ফাৰ্মত সংঘটিত এই অগ্নিকাণ্ড।
জুইত ভস্মীভূত ব্রইলাৰ ফাৰ্মখন।
শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।
অগ্নিনিৰ্বাপক বাহিনী আৰু ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপণ।
Also Read: সংসদৰ বিশেষ অধিৱেশন আৰম্ভঃ কাইলৈৰ পৰা নতুন সংসদ ভৱনৰ কাৰ্যক্ৰমণিকা..