প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা...

প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা...

author-image
Asomiya Pratidin
New Update
প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা...

প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা

ডিজিটেল ডেস্কঃ প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা। পঞ্চায়ত পুনঃগঠনৰ পূৰ্বে প্ৰকাশ পোৱা এই চূড়ান্ত ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ১ কোটি ৭৮ লাখ ১২৭ গৰাকী ভোটাৰৰ নাম।

উল্লেখ্য যে ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰা এই চূড়ান্ত ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছে ৮৯ লাখ ৮৬ হাজাৰ ৯৬৩ গৰাকী পুৰুষ ভোটাৰৰ নাম আৰু ৮৮ লাখ ১২ হাজাৰ ৮৮৫ গৰাকী মহিলা ভোটাৰৰ নাম।

ইয়াৰোপৰি এই চূড়ান্ত ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ২৭৯ গৰাকী তৃতীয় লীংগৰ ভোটাৰৰ নাম।

Also Read: দৰংৰ কোটি টকীয়া কেলেংকাৰী বিতৰ্কঃ জিলা আয়ুক্তই গঠন কৰিলে তদন্ত কমিটী...

চূড়ান্ত ভোটাৰ তালিকা