/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/e770674e-d612-45fd-8924-95e66bd48741/army_25.jpg)
কৰ্মস্থলীলৈ যোৱাৰ পথত ফিল'বাৰীৰ সেনা জোৱান সন্ধানহীন...
-
ফিল'বাৰীত সেনা জোৱান সন্ধানহীনক লৈ চাঞ্চল্য।
-
সন্ধানহীন সেনা জোৱান জন ফিল'বাৰী ৰংপুৰ মেছ গাঁৱৰ বিতুপন মেছ।
-
বিতুপন মেছ নিজৰ কৰ্মস্থলী জম্মু কাশ্মীৰলৈ যোৱাৰ পথৰ পৰাই সন্ধানহীন হৈ আছে।
-
ডিব্ৰুগড় পৰা বিমানৰে নতুন দিল্লীত অৱতৰণ কৰাৰ পিছতে সন্ধানহীন হৈ আছে সেনা জোৱান বিতুপন মেছ।
-
যোৱা ২২ ফেব্ৰুৱাৰী পৰাই সন্ধানহীন হৈ আছে সেনা জোৱানগৰাকী।
-
ইতিমধ্যে পৰিয়ালৰ লোকে ফিল'বাৰী থানাত এজাহাৰ দাখিল কৰিছে।
Also Read: মায়ং আঞ্চলিক মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ সমাৰোহঃ প্ৰতিমূৰ্তি উন্মোচন, বঁটা প্ৰদান...