/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/6473ed60-1ad6-4ffb-8e26-99c7cf6721d3/413.jpg)
জামুগুৰিহাটৰ চকীঘাট দলংৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা
বাইক আৰু মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ
দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক
নিহত যুৱকজনৰ নাম অমৰ নেৱাৰ(২৫)
এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত
আহতজনৰ নাম বিকাশ প্ৰধান(৩০)
ঘটনাস্থলীত উপস্থিত জামুগুৰি আৰক্ষী
নৱনিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে চকীঘাট দলং আনুষ্ঠানিকভাৱে মুকলি নোহোৱাকৈয়ে যান-বাহন চলাচলৰ বাবে সংঘটিত হৈছে এই দুৰ্ঘটনা
স্থানীয় ৰাইজে জনালে এই কথা।
Also Read: কামৰূপ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ আলোচনী 'গুৰুবাৰ্তা' উন্মোচন